উপকৰণ আলু, পিঁয়াজ, ফুলকবি, কেঁচা মটৰ গুটি, বীট, নিমখ সকলোখিনি বস্তু প্ৰয়োজনমতে ল’লেই হয়। প্ৰস্তুতি বীট, গাজৰ, আলু, ফুলকবি একেলগে অলপ সিজাই ল’ব। মটৰগুটি বাকলি গুচাই উলিয়াই থ’ব।সিজোৱা ফুলকবি প্ৰথমে সৰু সৰু কৰি কাটি ল’ব। তাৰ পিছত মটৰ গুটি আৰু পিঁয়াজৰ লগত আটাইখিনি চব্জি নিমখ সানি ডিচত সজাই তাৰ ওপৰত আন্দাজমতে মেয়নিজ দি পৰিবেশন কৰক। প্ৰস্তুতি: কল্পনা দাস, প্ৰিয় সখী