কাৰখানাৰ নাম অঞ্চলৰ নাম লো তীখাৰ কাৰখানা ৰুৰকেল্লা, ভিলাই, দুৰ্গাপুৰ, বিশাখাপট্টনম, বিজয় নগৰ, বোকাৰু, বাৰ্ণপুৰ, জামছেদপুৰ, ভদ্ৰাপটি, ছালেম ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰা কাৰখানা চিত্তৰঞ্জন, জামছেদপুৰ জাহাজ নিৰ্মাণ কৰা কাৰখানা বিশাখাপট্টনম, কোচিন, পশ্চিমবংগ উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা বেংগালুৰ ৰেলৰ ডবা নিৰ্মাণ কৰা কাৰখানা তামিলনাডুৰ পেৰাম্বুৰ, বাংগালোৰ, কৰ্ণাটক ৰাসায়নিক সাৰৰ কাৰখানা নামপুৰ, সিদ্ধি, টম্বে, গোৰখপুৰ, ৰুৰকেল্লা, দুৰ্গাপুৰ, হালধিয়া, বাৰানসী আণৱিক শক্তি উৎপাদন প্ৰকল্প তাৰাপুৰ, শ্ৰীহৰিকোটা, কালপক্কম, নাৰুৰা, ক্লান্টকপাৰ প্ৰধান বন্দৰ কলকাতা-হালদিয়া, পাৰাদ্বীপ, বিশাখাপট্টনম, চেন্নাই, কোচিন, মুম্বাই, কাণ্ডালা জলসিঞ্চন আৰু জলবিদ্যুৎ আঁচনি নাগাৰ্জুন সাগৰ, তুংগভদ্ৰ, ফাৰাক্কা বান্ধ, ভাক্ৰা নাংগল বান্ধ, দামোদৰ ভেলী প্ৰকল্প, হীৰাকুদ বান্ধ, মহানদী, চম্বল, কৃষ্ণা নদীৰ বান্ধ, উমক্ৰ বান্ধ, টেহৰী দাম, ময়ুৰক্ষী প্ৰকল্প, গণ্ডক কুশী, মাহী, সবৰমতী, ভদ্ৰা নদীৰ বান্ধ ইত্যাদি। তেল শোধানাগাৰ নুনমাটি, ডিগবৈ, নুমলীগড়, বঙাইগাঁও, বাৰাউনী, হালদিয়া, কোচিন, চেন্নাই, মথুৰা, টম্বে, বিশাখাপট্টনম, কাৰ্ণাল, বম্বে হাই কাগজ কল কলকাতা, লক্ষ্ণৌ, চাহাৰাণপুৰ (উত্তৰ প্ৰদেশ), পুনা, চিৰপুৰ (অন্ধ্ৰপ্ৰদেশ), কাছাৰ, তুলি (নাগালেণ্ড), জাগীৰোড (অসম), শ্ৰীৰামপুৰ আদি চামৰাৰ কাৰখানা কাণপুৰ, আগাৰা, মুম্বাই, দিল্লী, চেন্নাই, বাংগালুৰ, কলকাতা আদি মৰাপাটৰ কল অসম,পশ্চিমবংগ চিমেন্ট কাৰখানা ভাৰতত ৯৭ টা বৃহৎ আৰু ২৫০ টা সৰু চিমেন্ট কাৰখানা আছে। তাৰে কেইটামান উল্লেখ্যযোগ্য হ’ল ডালমিয়া নগৰ (বিহাৰ), সূৰুযপুৰ (হাৰিয়ানা), সিদ্ধি (বিহাৰ), গুণ্টুৰ, মান্ধাৰ (অন্ধ্ৰপ্ৰদেশ) পোৰবন্ধৰ (গুজৰাট), লাখেৰি (ৰাজস্থান), কাট্নি (মধ্যপ্ৰদেশ)। পচম শিল্পৰ অনুষ্ঠান কাণপুৰ (উত্তৰ প্ৰদেশ), ধাৰিৱাল, অমৃতসৰ (পাঞ্জাৱ), মুম্বাই, পাণিপথ নিউজ প্ৰিন্ট তৈয়াৰ কাৰখানা মহীশূৰ, বিল্লুৰ, পুগালুৰ, নেপানগৰ গধুৰ যান আৰু টেংক নিৰ্মাণ কেন্দ্ৰ অৱধি (তামিলনাডু) তাৰকাগৃহ (প্লেনেটাৰিয়াম) দিল্লী, কলিকতা, মুম্বাই, গুৱাহাটী, পোৰবন্দৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় দিল্লী সাহিত্য অকাডেমীৰ মুখ্য কাৰ্য্যালয় দিল্লী কেন্দ্ৰীয় পথ গৱেষণা প্ৰতিষ্ঠান দিল্লী কেন্দ্ৰীয় পথ গৱেষণা প্ৰতিষ্ঠান ৰুৰকি (উত্তৰ প্ৰদেশ) ডি ডি টি কাৰখানা দিল্লী ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ট্ৰ’ম্বে কেন্দ্ৰীয় লোণ গৱেষণা কেন্দ্ৰ ভৱনগৰ ললিত কলা একাডেমী নতুন দিল্লী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় নতুন দিল্লী অজন্তা, ইলোৰা গুহা ঔৰাংগাবাদ (মহাৰাষ্ট্ৰ) সোমনাথ মন্দিৰ গুজৰাট ভিক্টোৰিয়া মেম’ৰিয়েল হল কলকাতা শান্তি নিকেতন পশ্চিমবংগ নালন্দা বিহাৰ ফটেহপুৰ চিক্ৰি আগ্ৰা জগন্নাথ মন্দিৰ পুৰি (উৰিষ্যা) চাৰমিনাৰ হায়দৰাবাদ সম্বৰ হ্ৰদ ৰাজস্থান স্বৰ্ণ মন্দিৰ অমৃতসৰ (পঞ্জাৱ) সূৰ্য মন্দিৰ কোনাৰ্ক (উৰিষ্যা) তাজমহল আগ্ৰা কুতুবমিনাৰ দিল্লী চাহ নিলাম কেন্দ্ৰ কলকাতা, গুৱাহাটী এইচ এম টি ৰ কাৰখানা বাংগালুৰু কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ শ্ৰীহৰিকোটা (অন্ধ্ৰপ্ৰদেশ) আই আই টি প্ৰতিষ্ঠান দিল্লী, মুম্বাই, চেন্নাই, খড়খপুৰ, কাণপুৰ, গুৱাহাটী আৰু ৰুবকী। বৈজ্ঞানিক সংগ্ৰহালয় কলকাতা (বিৰলা ইণ্ডাষ্ট্ৰীয়েল এণ্ড টেকন’লজিকেল মিউজিয়াম), দিল্লী (ইণ্ডিয়ান নেচনেল ছায়েন্টিফিক ডকুমেন্টেচন), বাংগালুৰু (বিশ্বশ্বৰাইয়া ইণ্ডাষ্ট্ৰীয়েল এণ্ড টেকনলজিকেল মিউজিয়াম), গুৱাহাটী সৈনিক প্ৰশিক্ষণ কেন্দ্ৰ ডেৰাডুন, দিল্লী, পুনা, আহমেদাবাদ, বেলগাঁও, জব্বলপুৰ, বৰেলী, ছেকেন্দ্ৰাবাদ, চেন্নাই, গুলমাৰ্গ, ম’, ডেওলালী, ৱেলিংটন, বাংগালুৰু, মিৰাট, আগ্ৰা, ভুবনেশ্বৰ, বিশাখাপট্টনম, মুম্বাই, গোৱা, লোনভলা, গুজৰাট, কোচিন ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্য্যালয় মুম্বাই মটৰ গাড়ী নিৰ্মাণ কাৰখানা কলকাতা, মুম্বাই, চেন্নাই, গুৰগাঁও এলুমিনিয়াম আচানচোল, চালেম, কাট্নি, মিনি, হীৰাকুট, ৰত্নগিৰি আৰু কয়নলা, ৰেণুকুট, এলাৱে। এন্টিবায়টিক কাৰখানা পিম্প্ৰি, হৃষীকেশ, দিল্লী কম্বল আৰু কাৰ্পেট তৈয়াৰ কেন্দ্ৰ পাণিপথ ফটো ফিল্প উৎপাদন কটাকামুঁদ (তামিলনাডু) তাম ক্ষেত্ৰী (ৰাজস্থান) হাতীদাঁত আৰু কাঠাৰ বস্তু উৎপাদন অসম, ৰাজস্থান খেলৰ সা-সামগ্ৰী তৈয়াৰ কাৰখানা জলন্ধৰ ইউৰেনিয়ামৰ খনি বিহাৰ টেলিফোন তৈয়াৰ কাৰখানা বাংগালুৰু আমুল মাখন আনন্দ (গুজৰাট) টেলিফোনৰ কেবল ৰূপনাৰায়ণপুৰ (পশ্চিমবংগ) আণৱিক শক্তি পৰীক্ষা কেন্দ্ৰ পোখৰাণ (ৰাজস্থান) লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।