অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ। প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা অতীন্দ্ৰিয়বাদী কবি নলিনীবালা দেৱী প্ৰেম আৰু ৰ’দালিৰ কবি হীৰেন ভট্টাচাৰ্য উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বনকোঁৱৰ আনন্দিৰাম দাস কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা বিদ্ৰোহী কবি প্ৰসন্নলাল চৌধুৰী জননায়ক দেৱেশ্বৰ শৰ্মা বাগ্মীবৰ/ককা নীলমণি ফুকন জ্ঞান মালিনীৰ মফিজুদ্দিন বিহগী কবি ৰঘুনাথ চৌধাৰী কবি আহমদ হাজৰিকা বীৰবালা কনকলতা ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা দেশভক্ত তৰুণৰাম ফুকন ৰসৰাজ/সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা ৰুপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালা ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা নটসূৰ্য ফণী শৰ্মা লুইত কোৱঁৰ ৰুদ্ৰ বৰুৱা নাট্য প্ৰভাকৰ সত্য প্ৰসাদ বৰুৱা লোকনায়ক অমিয় কুমাৰ দাস নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা লোকপ্ৰাণ মতিৰাম বৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ শোণিত কোৱঁৰ গজেন বৰুৱা লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা শেৱালি কবি ৰত্নকান্ত বৰকাকতী সাহিত্য ৰত্ন চন্দ্ৰধৰ বৰুৱা ছদ্মনামৰ আঁৰৰ অসমীয়া সাহিত্যিক ছদ্মনাম প্ৰকৃত নাম অঘৰী প্ৰমোদ কুমাৰ বৰদলৈ পশুপতি ভৰদ্বাজ উমাকান্ত শৰ্মা অজগৰ / স্বামী অভঙানন্দ চৈয়দ আব্দুল মালিক বাবুল ইমৰান শ্বাহ অনিৰুদ্ধ কটকী মুনীন বৰকটকী বিষ্ণুপ্ৰীয়া ৰাভা ঠাকুৰীয়া বিষ্ণুপ্ৰসাদ ৰাভা অষ্টবক্ৰ কমলাকান্ত ভট্টাচাৰ্য ভবানন্দ পাঠক ডঃ বাণীকান্ত কাকতি অসম / চিত্ৰ দাস অতুল চন্দ্ৰ হাজৰিকা ভানুনন্দন ডঃ সূৰ্য কুমাৰ ভূঞা ঈশান দত্ত / কুম্ভকৰ্ণ ইমৰাণ শ্বাহ ভোলাই শৰ্মা ৰজনীকান্ত বৰদলৈ এণ্ডি খুড়া ডাঃ নগেন দত্ত মনাই বৈৰাগী মহেন্দ্ৰ নাথ ডেকা ফুকন এখুদ ককাইদেউ / সীমা দত্ত / ন-আইতা নৱকান্ত বৰুৱা মামণি ৰয়ছম গোস্বামী ইন্দিৰা গোস্বামী কাঞ্চন বৰুৱা ভুবন মোহন বৰুৱা যদু যতিন্দ্ৰ নাথ দুৱৰা কুমাৰ মধুসুদন মহেন্দ্ৰ চন্দ্ৰ গোস্বামী যশপতি শৰ্মা কীৰ্তিনাথ বৰদলৈ কুমাৰ কিশোৰ কিশোৰ কুমাৰ শৰ্মা ৰংমন ৰবীন দে কৃপাবৰ বৰবৰুৱা লক্ষ্মীনাথ বেজবৰুৱা ৰঞ্জু হাজৰিকা কুমুদ হাজৰিকা কেৰপাই শৰ্মা বিনন্দ চন্দ্ৰ বৰুৱা ৰসেশ্বৰ হাজৰিকা পবিত্ৰ কুমাৰ ডেকা গুৰু দত্ত গুণাভিৰাম বৰুৱা ৰাস্না বৰুৱা / বীণা বৰুৱা ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা গণপতি / মধুকৰ গৌৰীকান্ত তালুকদাৰ চাৰু দত্ত দীনেশ চন্দ্ৰ গোস্বামী ৰাণা তামুলী প্ৰণৱ তামুলী চিত্ৰসেন যখৰীয়া হলীৰাম ডেকা ৰাম দাস গোস্বামী ৰত্নেশ্বৰ মহন্ত দদাই কীতিনাথ হাজৰিকা ৰুপচন্দ্ৰ ভাগৱতী শৰৎ চন্দ্ৰ গোস্বামী হয়ভৰ অভয়পুৰীয়া পাৰ্বতী প্ৰসাদ বৰুৱা দেশ দেৱেশ্বৰ শৰ্মা শান্তনু তামূলী / মৌচাক মামা প্ৰমোদ চন্দ্ৰ তামূলী ধনবৰ কাই মহিম বৰা নতুন কৃপাবৰ ৰত্নকান্ত বৰকাকতি শীলভদ্ৰ ৰেৱতী মোহন দত্ত চৌধুৰী নাচিকেতা ভবানন্দ দত্ত নিৰঞ্জন ফুকন ডঃ হীৰেন গোহাঁই সঞ্জয় / প্ৰিয়বন্ধু ডঃ ভবেন্দ্ৰ নাথ শইকীয়া নিৰ্মলা দেৱী তীৰ্থনাথ শৰ্মা সোণাৰাম চাঁদ / স্বৰ্ণ বৰুৱা হেমচন্দ্ৰ বৰুৱা নীলিম কুমাৰ হেমেন কুমাৰ শৰ্মা নীলা বাইদেউ নিৰ্মল প্ৰভা বৰদলৈ সৌৰভ কুমাৰ চলিহা সুৰেন্দ্ৰ নাথ মেধি লেখক: শান্তনু কৌশিক বৰুৱা লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা উৎস: নতুন জানানে