১ জানুৱাৰী : জনতাৰ দিন, নৱবৰ্ষ প্ৰথম দিন। ৮ জানুৱাৰী : আফ্ৰিকান নেচনেল কংগ্ৰেছ প্ৰতিষ্ঠা দিৱস। ৯ জানুৱাৰী : প্ৰবাসী ভাৰতীয় দিৱস। ১০ জানুৱাৰী : বিশ্ব হাস্য দিৱস। ১১ আনুৱাৰী : লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু দিৱস। ১২ জানুৱাৰী : বিবেকামমদ জয়ন্তী, ৰাষ্ট্ৰীয় যুৱ দিৱস। ১৪ জানুৱাৰী : প্ৰেমৰ দিন। ১৫ জানুৱাৰী : সেনা দিৱস। ১৭ জানুৱাৰী : শিল্পী দিৱস। ২১ জানুৱাৰী : মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস, আন্তকাৰ্তিক মাতৃভাষা দিৱস। ২৩ জানুৱাৰী : নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱস। ২৫ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যটন দিৱস, হিমাচল প্ৰদেশ দিৱস, ৰাষ্ট্ৰীয় ভোটাৰ দিন, আন্তজাৰ্তিক শুক্ল কৰ দিৱস। ২৬ জানুৱাৰী : ভাৰতৰ গণতন্ত্ৰ দিৱস, আন্তজাৰ্তিক শুক্ল কৰ দিৱস। ৩০ জানুৱাৰী : শ্বহীদ দিৱস, কুষ্ঠ নিবাৰণ দিৱস, সৰ্বোদয় দিৱস। ২ ফেব্ৰুৱাৰী : বিশ্ব জলাশয় দিৱস, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় দিৱস। ফেব্ৰুৱাৰী ২য় দেওবাৰ : বিশ্ব বিবাহ দিৱস। ৫ ফেব্ৰুৱাৰী : কাশ্মীৰ দিৱস (পাকিস্তানৰ উদ্যোগত)। ৮ ফেব্ৰুৱাৰী : বিদ্যাৰ্থী দিৱস। ১৩ ফেব্ৰুৱাৰী : সৰোজনী নাইডু জন্ম দিৱস। ১৪ ফেব্ৰুৱাৰী : ভেলেণ্টাইন ডে’। ২০ ফেব্ৰুৱাৰী : অৰুণাচল আৰি মিজোৰাম দিৱস। ২২ ফেব্ৰুৱাৰী : চিন্তন দিৱস। ২৪ ফেব্ৰুৱাৰী : কেন্দ্ৰীয় আবকাৰী দিৱস। ২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ৩ মাৰ্চ : ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস। ৪ মাৰ্চ : ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস। ৮ মাৰ্চ : আজান পীৰ দিৱস, আন্তৰ্জাতিক নাৰী দিৱস। ৯ মাৰ্চ : চি আই এছ এফ ৰাইজিং ডে’। ১২ মাৰ্চ : বিশ্ব বৃক্ক দিৱস। ১৫ মাৰ্চ : বিশ্ব প্ৰতিবন্ধী দিৱস, বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। ১৬ মাৰ্চ : ৰাষ্ট্ৰীয় ছিটা দিৱস। ২১ মাৰ্চ : বিশ্ব বন দিৱস, বিশ্ব বৰ্ণবৈষম্য নিবাৰণী দিৱস। ২২ মাৰ্চ : বিশ্ব জল দিৱস, বনৌষধি উদ্ভিদ দিৱস। ২৩ মাৰ্চ : বিশ্ব বতৰ বিজ্ঞান দিৱস। ২৪ মাৰ্চ : বিশ্ব যক্ষ্মা দিৱস। ২৬ মাৰ্চ : বাংলাদেশ মুক্তি দিৱস। ২৭ মাৰ্চ : বিশ্ব থিয়েটাৰ দিৱস। ১ এপ্ৰিল : এপ্ৰিল ফুল ডে’, উৰিষ্যা দিৱস। ৪ এপ্ৰিল : আন্তৰ্জাতিক খনি সজাগতা দিৱস। ৫ এপ্ৰিল : ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস, সমতা দিৱস। ৭ এপ্ৰিল : আলফাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব স্বাস্থ্য দিৱস। ১৩ এপ্ৰিল : জালিৱানৱালাবাগ দিৱস। ১৪ এপিল : অগ্নিসেৱা দিৱস, আম্বেদকাৰ জয়ন্তী। ১৫ এপ্ৰিল : আন্তৰ্জাতিক গ্ৰন্থাগাৰিক দিৱস। ১৭ এপ্ৰিল : বিশ্ব হোমাফিলিয়া দিৱস। ১৮ এপ্ৰিল : বিশ্ব ঐতিহ্য দিৱদ। ২২ এপ্ৰিল : ধৰিত্ৰী দিৱস। ২৩ এপ্ৰিল : বিশ্ব গ্ৰন্থ দিৱস, বিশ্ব কপি স্বত্ত্ব দিৱস। ২৪ এপ্ৰিল : মানৱ একতা দিৱস। ২৬ এপ্ৰিল : জনজাগৰণ দিৱস। ২৯ এপ্ৰিল : আন্তৰ্জাতিক নৃত্য দিৱস। ১ মে’ : মে’ দিৱস, আন্তৰ্জাতিক শ্ৰমিক দিৱস। ৩ মে’ : সংবাদ পত্ৰৰ স্বাধীনতা দিৱস, বিশ্ব এজমা দিৱস। ৮ মে’ : ৰেডক্ৰছ দিৱস। ৯ মে’ : বিশ্ব থেলাছ্মিয়া দিৱস। ১১ মে’ : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস। ১২ মে’ : বিশ্ব নাৰ্ছ দিৱস, বিশ্ব হাইপাৰটেনছব ডে’। ১৩ মে’ : ৰাষ্ট্ৰীয় সংহতি দিৱস। ১৫ মে’ : আন্তৰ্জাতিক পৰিয়াল দিৱস। ১৭ মে’ : আন্তৰ্জাতিক সমাজ দিৱস, বিশ্বৰ দূৰ সংযোগ দিৱস। ২৯ মে’ : ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ আন্তৰ্জাতিক দিৱস। ৩১ মে’ : বিশ্ব ধূমপান বিৰোধী দিৱস। ৪ জুন : আন্তৰ্জাতিক শিশু নিৰ্যাতন বিৰোধী দিৱস। ৫ জুন : বিশ্ব পৰিৱেশ দিৱস। ১২ জুন : বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। ১৪ জুন : বিশ্ব ৰক্তদাতা দিৱস। ১৮ জুন : বিশ্ব বনভোজ দিৱস। ২০ জুন : বিশ্ব শৰণাৰ্থী দিৱস, ৰাভা দিৱস। ২১ জুন : বিশ্ব সংগীত দিৱস। ২৬ জুন : বিশ্ব ড্ৰাগছ দিৱস। ১ জুলাই : চিকিৎসক দিৱস। ৭ জুলাই : আন্তৰ্জাতিক সমবায় দিৱস। ১০ জুলাই : ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস। ১১ জুলাই : বিশ্ব জনসংখ্যা দিৱস। ১৪ জুলাই : সততাৰ দিন। ১৮ জুলাই : নেলচন মেণ্ডেলা আন্তৰ্জাতিক দিৱস। ২০ জুলাই : পঢ়ুৱৈ দিৱস। ৬ আগষ্ট : বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস, হিৰোছিমা দিৱস। ৯ আগষ্ট : নাগাচাকি দিৱস, ভাৰত ত্যাগ আন্দোলন দিৱস। ১২ আগষ্ট : আন্তৰ্জাতিক যুৱ দিৱস, গ্ৰন্থাগাৰিক দিৱস। ১৫ আগষ্ট : ভাৰতৰ স্বাধীনতা দিৱস। ২০ আগষ্ট : সদ্ভাৱনা দিৱস। ২৩ আগষ্ট : ক্ৰীতদাস ব্যৱসায়ৰ বিলোপ সাধনৰ আন্তৰ্জাতিক দিৱস। ২৯ আগষ্ট : ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, সংস্কৃত দিৱস। ২ ছেপ্তেম্বৰ : নাৰিকল দিৱস। ৫ ছেপ্তেম্বৰ : শিক্ষক দিৱস। ৮ ছেপ্তেম্বৰ : আন্তৰ্জাতিক স্বাক্ষৰতা দিৱস, গণ সংগীতৰ দিন। ১৪ ছেপ্তেম্বৰ : হিন্দী দিৱস। ১৫ ছেপ্তেম্বৰ : অভিযন্তা দিৱস, সঞ্চয়িকা দিৱস, শিক্ষা-সাংবাদিকতাৰ দিন। ১৬ ছেপ্তেম্বৰ : অ’জন স্তৰ সংৰক্ষণ দিৱস। ২১ ছেপ্তেম্বৰ : এলজাইমাৰছ দিৱস, ৰাষ্ট্ৰসংঘৰ শান্তি আৰু অহিংসা দিৱস। ২৬ ছেপ্তেম্বৰ : বিশ্ব বধিৰ দিৱস। ২৭ ছেপ্তেম্বৰ : বিশ্ব পৰ্যটন দিৱস। ১ অক্টোবৰ : বিশ্ব বৃদ্ধ দিৱস, বিশ্ব সংগীত দিৱস। ২ অক্টোবৰ : গান্ধী জয়ন্তী, বিশ্ব অহিংসা দিৱস। ৩ অক্টোবৰ : বিশ্ব আবাস দিৱস, বিশ্ব প্ৰকৃতি দিৱস। ৪ অক্টোবৰ : বিশ্ব পশু কল্যাণ দিৱস। ৮ অক্টোবৰ : ভাৰতীয় বায়ুসেনা দিৱস। ৯ অক্টোবৰ : বিশ্ব ডাকঘৰ দিৱস। ১০ অক্টোবৰ : বিশ্ব ডাক দিৱস। ১৩ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক প্ৰাকৃতিক বিপৰ্যয় হ্ৰাসকৰণ দিৱস। ১৪ অক্টোবৰ : বিশ্বমান দিৱস। ১৬ অক্টোবৰ : বিশ্ব খাদ্য দিৱস। ১৭ অক্টোবৰ : অসম ক্ৰীড়া দিৱস। ২০ অক্টোবৰ : ৰাষ্ট্ৰীয় একতা দিৱস, বিশ্ব পৰিসংখ্যা দিৱস। ২৪ অক্টোবৰ : ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস, বিচব উন্নয়ন বাৰ্তা দিৱস। ২৫ অক্টোবৰ : বিশ্ব শন্তি দিৱস। ২৯ অক্টোবৰ : বিশ্ব ষ্ট্ৰোক দিৱস। ৩০ অক্টোবৰ : বিশ্ব মিতব্যয়িতা দিৱস। ৩১ অক্টোবৰ : ৰাষ্ট্ৰীয় সংহতি দিৱস। ৯ নৱেম্বৰ : আইন সেৱা দিৱস। ১০ নৱেম্বৰ : বিশ্ব বিজ্ঞান দিৱস। ১৪ নৱেম্বৰ : শিশু দিৱস, বহুমূত্ৰ দিৱস। ১৬ নৱেম্বৰ : আন্তৰ্জাতিক সহিষ্ণুতা দিৱস, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস, বিশ্ব খাদ্য দিৱস। ১৭ নৱেম্বৰ : বাট-পথত ক্ষতিগ্ৰস্ত হোৱা সকলৰ বিশ্ব স্মৰণ দিৱস। ১৯ নৱেম্বৰ : কৌমি একতা দিৱস, নাগৰিক দিৱস, সংহতি দিৱস। ২০ নৱেম্বৰ : বিশ্ব শিশু অধিকাৰ দিৱস, সংখ্যালঘু কল্যাণ দিৱস। ২১ নৱেম্বৰ : বিশ্ব টেলিভিছন দিৱস। ২৫ নৱেম্বৰ : আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস। ২৬ নৱেম্বৰ : আইন দিৱস। ১ ডিচেম্বৰ : বিশ্ব এইডছ্ দিৱস। ২ ডিচেম্বৰ : কম্পিউটাৰ স্বাক্ষৰতা দিৱস, প্ৰদূষণ বিৰোধী দিৱস, সীমান্ত নিৰাপত্তা বাহিনী দিৱস। ৩ ডিচেম্বৰ : বিশ্ব প্ৰতিবন্ধী দিৱস। ৪ ডিচেম্বৰ : নৌ সেনা দিৱস। ৫ ডিচেম্বৰ : আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস। ৭ ডিচেম্বৰ : আন্তৰ্জাতিক অসামৰিক বিমান পৰিবহন দিৱস, শস্য দিৱস, সেনাবাহিনী পতাকা দিৱস। ৯ ডিচেম্বৰ : আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস। ১০ ডিচেম্বৰ : মানৱ অধিকাৰ দিৱস, শ্বহীদ দিৱস (অসমত পালন কৰা হয়)। ১১ ডিচেম্বৰ : আন্তৰ্জাতিক গিৰি দিৱস। ১৪ ডিচেম্বৰ : পতাকা দিৱস। ১৮ ডিচেম্বৰ : আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস, দলিত অধিকাৰ দিৱস। ২৩ ডিচেম্বৰ : কৃষক দিৱস। ২৬ ডিচেম্বৰ : অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। লেখক: প্ৰতিভা দেৱী, উৎস : কুইজ মঞ্চ