নাম দেশ/মহাদেশ মাটিকালি (বৰ্গ কিলোমিটাৰ) ছাহাৰা আফ্ৰিকা ৮৪,০০,০০০ লিবিয়া আফ্ৰিকা ১৬,৮৩,৫০০ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া ১৫,৫৪,০০০ গোবি মংগোলিয়া ১০,৩৬,০০০ ৰুব-অল-খালি আৰৱ ৬,৪৭,৫০০ কালাহাৰি বোৎছোৱানা ৫,১৮,০০০ গ্ৰেট ছেণ্ডি অষ্ট্ৰেলিয়া ৪,১৪,৪০০ টকলা মাকান চীন ৩,২৩,৯০০ গ্ৰেট ভিক্টোৰিয়া অষ্ট্ৰেলিয়া ৩,২৩,৮০০ ছিৰিয়া আৰৱ ৩,২৩,৮০০ অৰুন্টা অষ্ট্ৰেলিয়া ৩,১০,৮০০ কাৰাকোম তুৰ্কিস্তান ২,৭২,০০০ নুবিয়ান আফ্ৰিকা ২,৫৯,০০০ থৰ ভাৰত ২,৫৯,০০০ কিজিলকুম তুৰ্কিস্তান ২,৩৩,১০০ আৰৱ আৰৱ ১,২৯,৫০০ লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।