পদবী নাম ভাৰতৰ প্ৰথম ইংৰাজী গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম ব্লেটিং, ১৯৩৩ ভাৰতৰ প্ৰথম ভাইচৰয় লৰ্ড চাৰ্লছ কেনিং, ১৮৫৮ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউন্টবেটেন, ১৯৪৭ ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ হীৰালাল জে কানিয়া, ১৯৫০-৫১ ভাৰতৰ প্ৰথম সেনাধ্যক্ষ জেনেৰেল কে এম কেৰিআপ্পা ভাৰতৰ প্ৰথম ফিলড মাৰ্ছেল এচ এইচ এফ জে মানেকশ্ব, ১৯৭৩ ভাৰতৰ প্ৰথম বায়ুসেনা বিভাগৰ প্ৰধান এয়াৰ মাৰ্ছেল চাৰ থমাচ এমহ্ৰিষ্ট, ১৯৪৭-৫০ ভাৰতৰ সেনা বাহিনী প্ৰধান জেনেৰেল এম ৰাজেন্দ্ৰ সিং জী, এপ্ৰিল-মে, ১৯৫৫ ভাৰতৰ নৌ বাহিনী প্ৰধান প্ৰথম আৰু একমাত্ৰ ভাৰতীয় ভাইচ এডমিৰেল আৰ ডি কটাৰী, ৫৮-৬২ গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, ১৯৪৮ দক্ষিণ মেৰুবিন্দুত পদাপৰ্ণ কৰা প্ৰথম ভাৰতীয় কৰ্ণেল জে কে বাজাজ, ১৭ জানুৱাৰী, ১৯৮৯ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় পুৰুষ মিহিৰ সেন, ২৭ ছেপ্টেম্বৰ ১৯৫৮ ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় মহিলা আৰতি সাহা, ২৯ ছেপ্টেম্বৰ, ১৯৫৯ এভাৰেষ্ট শৃংখ বিজয়ী প্ৰথম ভাৰতীয় টেনজিং নৰ্গে, ২৯ মে, ১৯৫৩ মেকচেচে বঁটা বিজয়ী প্ৰথম ভাৰতীয় আচাৰ্য্য বিনোৱা ভাৱে, ১৯৫৮ নবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় ৰবীন্দ্ৰ নাথ ঠাকুৰ, ১৯১৩ লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।