নাম কাৰ্যকাল ড° ৰাজেন্দ্ৰ প্ৰসাদ ২৬ জানুৱাৰী ১৯৫০-১৩ মে, ১৯৬২ ড° সৰ্বপল্লী ৰাধাকৃষ্ণন ১৩ মে’ ১৯৬২-১৩ মে’ ১৯৬৭ ড° জাকিৰ হুছেইন ১৩ মে’ ১৯৬৭-৩ মে’ ১৯৬৯ বৰাহগিৰি ভেংকেটগিৰি (ভাৰপ্ৰাপ্ত) ৩ মে’ ১৯৬৯-২০ জুলাই, ১৯৬৯ ম: হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত) ২০ জুলাই ১৯৬৯-২৪ আগষ্ট, ১৯৬৯ বৰাহগিৰি ভেংকেটগিৰি ২৪ আগষ্ট, ১৯৬৯-২৪ আগষ্ট, ১৯৭৪ ফকৰুদ্দিন আলি আহমেদ ২৪ আগষ্ট, ১৯৭৪- ১১ ফেব্ৰুৱাৰী, ১৯৭৭ বি ডি জাট্টি (ভাৰপ্ৰাপ্ত) ১১ ফেব্ৰুৱাৰী, ১৯৭৭- ২৫ জুলাই, ১৯৭৭ নিলম সঞ্জীৱ ৰেদ্দী ২৫ জুলাই, ১৯৭৭-২৫ জুলাই, ১৯৮২ গিয়ানী জাইল সিং ২৫ জুলাই, ১৯৮২-২৫ জুলাই, ১৯৮৭ ৰামস্বামী ভেংকেটৰমন ২৫ জুলাই, ১৯৮৭-২৫ জুলাই, ১৯৯২ ড° শংকৰ দয়াল শৰ্মা ২৫ জুলাই, ১৯৯২-২৫ জুলাই, ১৯৯৭ কে আৰ নাৰায়ণন ২৫ জুলাই, ১৯৯৭- ২৫ জুলাই, ২০০২ ড° এ পে জে আব্দুল কালাম ২৫ জুলাই, ২০০২-২৪ জুলাই, ২০০৭ প্ৰতিভা পাটিল ২৫ জুলাই, ২০০৭-বৰ্তমানলৈকে। লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা, লিখক: শান্তনু কৌশিক বৰুৱা, নতুন জানানে।