*.উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট —জগন্নাথ বৰুৱা .নামনি অসমৰ প্ৰথম গ্ৰেজুৱেট —আনন্দৰাম বৰুৱা *.চাহ খেতিয়ক —জগন্নাথ বৰুৱা *.ৰাষ্ট্ৰপতি —ফখৰুদ্দিন আলি আহমেদ *.জাতীয় কংগ্ৰেছৰ সভাপতি —দেৱকান্ত বৰুৱা (১৯৭৫ চন) *.ৰাজ্যপাল —বিষ্ণুৰাম মেধি (তামিলনাডু) ৮ জানুৱাৰী, ১৯৫৭ চনৰপৰা ৪এপ্ৰিল ১৯৬৪ চন পৰ্যন্ত। *.পঞ্জাৱৰ ৰাজ্যপাল —মহেন্দ্ৰমোহন চৌধুৰী *.মিজোৰামৰ ৰাজ্যপাল —হিতেশ্বৰ শইকীয়া *.আই চি এচ —আনন্দৰাম বৰুৱা (অসমৰ প্ৰথম ভাৰতৰপঞ্চম) *.পি এইচ ডি —মঃ ময়িদুল ইছলাম বৰা *.অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্বনৰ সভাপতি —নুৰুল আমিন *.আইন বিষয়ত ডক্টৰেট —ডঃ জগদীশচন্দ্ৰ মেধি *.ভাৰতৰ উচ্চতম ন্যায়ালয়ৰবিচাৰপতি—হলিৰাম ডেকা (৩ জানুৱাৰী, ১৯৬১) *.গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —কৃষ্ণকান্ত সন্দিকৈ (১৯৪৮ চন) *.অসমৰ বাহিৰৰ ভাৰতৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য —শৰৎ কুমাৰ দত্ত (কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়) *.মেডিকেল চাৰ্ভিছ পাছ —কৰ্ণেল শিৱৰাম বৰুৱা *.মন্ত্ৰীসভাৰ সদস্য —সুৰেন্দ্ৰনাথ বুঢ়াগোহাঞি *.স্বাধীন অসমৰ মুখ্যমন্ত্ৰী —গোপীনাথ বৰদলৈ *.কুমেৰু মহাদেশত ভৰি দিয়া বিজ্ঞানী —ৰাঘৱ চন্দ্ৰ ডেকা(২৫ নৱেম্বৰ, ১৯৮৭) *.গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট —ড০সত্যেন্দ্ৰনাথ গোস্বামী, ড০ মহেশ্বৰ নেওগ *.সামৰিক বাহিনীৰ বীৰচক্ৰ—উৎপল বৰুৱা (১৯৬৫) *.অৰ্জুন বঁটা —দৌৰবিদ ভোগেশ্বৰ বৰুৱা (১৯৬৬ চন) *.পদ্মভূষণ উপাধি —প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা *.সংগীত নাটকঅকাডেমী বঁটা —শ্ৰীশ্ৰী মিত্ৰদেৱ মহন্ত (১৯৬১ চন) *.ৰাষ্ট্ৰপতিৰ মেন অৱ দা নেচন্ সন্মান কলা শিৰোমণি বঁটা —মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া (১৯৯১) *.ডাক টিকটত স্থান পোৱা ব্যক্তি —লক্ষ্মীনাথ বেজবৰুৱা (৫ অক্টোবৰ, ১৯৬৮ চন। ২০ পইচা মূল্যৰক’লাছাইৰঙৰ টিকট) *.সাহিত্য অকাডেমি বঁটা —যতীন্দ্ৰনাথদুৱৰা (১৯৫৫) *.জ্ঞানপীঠ বঁটা —ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯৭৯ চন) *.বিলাতত শিক্ষা লাভ —আনন্দৰাম ঢেকিয়ালফুকন *অসমীয়া কথাছবি নিৰ্মাতা—জ্যোতিপ্ৰসাদ আগৰৱালা *.কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীপদ —সুৰেন্দ্ৰনাথ বুঢ়াগোঁহাই *.লণ্ডন বিশ্ববিদ্যালয়ৰপৰাডি লিট উপাধি —ড০ সূৰ্যকুমাৰ ভূঞা *.বিলাতত ইঞ্জিনিয়াৰিং পাছ —বলি নাৰায়ণ বৰা *.ভাষাতত্ত্বৰ ডক্টৰেট —ড০ বাণীকান্ত কাকতি *.বিদেশত স্বাধীন ব্যৱসায়কৰা —সাউদ ভোলানাথ বৰুৱা *.পানীজাহাজ ক্ৰয় কৰা —মাণিক চন্দ্ৰবৰুৱা *.কথাছবিৰ পৰিচালক —প্ৰমথেশ বৰুৱা *.বিমান প্ৰশিক্ষণপ্ৰাপ্ত—মহানন্দ দাস *.বিহাৰৰ ৰাজ্যপাল —দেৱকান্ত বৰুৱা *.ভাৰতীয় চলচ্চিত্ৰত সৰ্বপ্ৰথম সংগীত পৰিচালকৰ সন্মান —ড০ ভূপেন হাজৰিকা(১৯৭৫, চামেলি মেমচাব) *.অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক —হৰিপ্ৰসাদ বৰুৱা *.অসমীয়া ছৰ্টহেণ্ড—ফণী শৰ্মা *.চৰকাৰী হাইস্কুলৰহেড মাষ্টৰ —কেশৱ নাথ ফুকন *.সৰ্বভাৰতীয় বিজ্ঞানী বঁটা —খনিন্দ্ৰ বৰুৱা (১৯৯৩ চন) *.ছোভিয়েটদেশ নেহৰু বঁটা —সুৰেন্দ্ৰ মোহন দাস (১৯৬৬ চন) *.সৰ্বভাৰতীয় দুৰ্গা ৰতন বঁটা —কীৰ্তিনাথ হাজৰিকা *.সৰ্বভাৰতীয় শংকৰদেৱ বঁটা —ড০ ভূপেন হাজৰিকাআৰু কীৰ্তিনাথ হাজৰিকা(১৯৮৭ চন) *.সৰ্বভাৰতীয় গোৱেংকা বঁটা —কীৰ্তিনাথ হাজৰিকা (১৯৮৭ চন) *.কানাদাৰ শ্ৰেষ্ঠ আকোফা বঁটা —ড০ ঈশ্বৰ চন্দ্ৰ চক্ৰৱৰ্তী *.কলিকতা প্ৰেচিডেন্সী কলেজৰপৰা ক্ষেত্ৰ মোহন চেটাৰ্জী স্বৰ্ণপদক লাভ—ড০ বাণীকান্ত কাকতি *.অসম উপত্যকা সাহিত্য বঁটা —ড০ ভবেন্দ্ৰনাথ শইকীয়া *.দাদা চাহেব ফাল্কে বঁটা বিজয়ী —ড০ ভূপেন হাজৰিকা